Posts

অগতানুতিক শিক্ষা কি? অগতানুগতিক শিক্ষাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা !

অগতানুতিক শিক্ষা কি? অগতানুগতিক শিক্ষাৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা !  A ns:-  অগতানুগতিক শিক্ষা হৈছে এজন শিক্ষাৰ্থী বা শিক্ষানুষ্ঠানৰ বাবে পৰম্পৰাগত পাঠ্যক্ৰম আৰু শিক্ষাৰ পদ্ধতিৰ বাহিৰৰ শিক্ষা পদ্ধতি। ইয়াত শিক্ষাৰ্থীসকলে সৃজনশীলতা, ব্যৱহাৰিক জ্ঞান, আৰু প্ৰকৃত জীৱনৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি শিক্ষা লাভ কৰে। অগতানুগতিক শিক্ষাৰ গুৰুত্ব : সৃজনশীলতা আৰু উদ্ভাৱনী শক্তি বঢ়োৱা : এই শিক্ষাই শিক্ষাৰ্থীসকলক সৃজনশীল আৰু উদ্ভাৱনী চিন্তাৰ বিকাশ ঘটাবলৈ উৎসাহিত কৰে, যাৰ দ্বাৰা তেওঁলোকে নতুন সমস্যাৰ সমাধান উলিয়াব পাৰে। ব্যক্তিগত আগ্ৰহৰ বিকাশ : এই শিক্ষাই শিক্ষাৰ্থীসকলক নিজৰ আগ্ৰহ আৰু প্ৰাৰ্থমিকতাক অনুসৰি শিকাৰ সুযোগ প্ৰদান কৰে। ইয়াৰ ফলত, তেওঁলোকে নিজৰ আগ্ৰহৰ ক্ষেত্ৰত বিশেষজ্ঞতা লাভ কৰিব পাৰে। বৈচিত্র্যময় পাঠ্যক্ৰম : অগতানুগতিক শিক্ষা এক বৈচিত্র্যময় পাঠ্যক্ৰমৰ ব্যৱস্থা কৰে, য'ত পৰম্পৰাগত বিষয়ৰ বাহিৰে নতুন বিষয়বস্তু, বিশেষকৈ ব্যৱহাৰিক আৰু কাৰিকৰী বিষয়সমূহ অন্তৰ্ভুক্ত থাকে। প্ৰকৃত জীৱনৰ বাবে প্ৰস্তুতি : এই শিক্ষাই শিক্ষাৰ্থীসকলক দৈনন্দিন জীৱনৰ সমস্যাবোৰ সলনি কৰাটো কেনেকৈ কৰিব, কিদৰে প...

প্ৰশ্ন:- মাধ্যমিক শিক্ষা কাক বোলে? এই শিক্ষা মানবজীবনৰ কোনটো স্তৰৰ লগত জড়িত?

প্ৰশ্ন:- মাধ্যমিক শিক্ষা কাক বোলে? এই শিক্ষা মানবজীবনৰ কোনটো স্তৰৰ লগত জড়িত?  Ans:-মাধ্যমিক শিক্ষা হ'ল প্ৰাথমিক শিক্ষা আৰু উচ্চ শিক্ষাৰ মাজৰ চাবিকাঠ। বয়ঃসন্ধি কালৰ বাবে যি যি শিক্ষা ব্যবস্থা কৰা হয় সেই শিক্ষাকে মাধ্যমিক শিক্ষা বোলে।            মাধ্যমিক শিক্ষাৰ স্তৰটো এটা গুৰুত্বপূৰ্ণ শিক্ষাৰ স্তৰ। মাধ্যমিক শিক্ষাৰ মানব জীবনৰ বিকাশৰ তৃতীয় স্তৰটোৰ লগত জড়িত। এই স্তৰটো অৰ্থনৈতিক সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আদি সকলো দিশৰ পৰা তাৎপৰ্যপূৰ্ণ কাৰণে ইয়াৰ ওপৰত শিক্ষাবিদ সকলে অধিক মনযোগ দিছিল।

Class 12 Education Answer প্ৰশ্ন:- শিক্ষাক উৎপাদন শীলতাৰ লগত সম্পৰ্কিত কৰিবলৈ কোঠাৰী আয়োগে আগবঢ়োবা পৰামৰ্শসমূহ কি কি আছিল?

প্ৰশ্ন:- শিক্ষাক উৎপাদন শীলতাৰ লগত সম্পৰ্কিত কৰিবলৈ কোঠাৰী আয়োগে আগবঢ়োবা পৰামৰ্শসমূহ কি কি আছিল?  -ক)কৰ্ম অভিজ্ঞাতা:- কোঠাৰী আয়োগ মত পোষণ কৰে যে কৰ্ম অভিজ্ঞাতা সাধাৰণ আৰু বৃত্তিমূলক সকলবোৰ বিষয়ৰ শিক্ষাৰ অংশ হ'ব লাগে।      খ)বিজ্ঞান ভিত্তক শিক্ষা:- বিজ্ঞান শিক্ষা স্কুলিয়া শিক্ষাৰ অংগস্বৰূপ হ'ব লাগে। বিজ্ঞান প্ৰয়োগৰ যোগেদি দেশৰ মুঠ জাতীয় উৎপাদন বৃদ্ধি কৰি তুলিব লাগে       গ)বৃত্তিমুখী কৰণ:-উৎপাদনমুখী শিক্ষাৰ বিকাশৰ বাবে মাধ্যমিক শিক্ষাত বৃত্তিমূলক প্ৰৱণতা শক্তিশালি কৰা উচিত।      ঘ) বিজ্ঞান আৰু কাৰিকৰী শিক্ষাৰ উন্নতি সাধান:- আয়োগৰ মতে, দেশৰ জাতীয় অৰ্থনীতি পৰিকল্পিতভাবে ভিকাশ কৰিবলৈ বিজ্ঞান আৰু কাৰিকৰী শিক্ষা উন্নত কৰিব লাগিবই।

Class 12 Education Answer প্ৰশ্ব:- মাধ্যমিক শিক্ষাৰ সমস্যশ আঁতৰাবোৰ বাবে চাৰিটা পৰামৰ্শ আগবঢ়োৱা।

প্ৰশ্ব:- মাধ্যমিক শিক্ষাৰ সমস্যশ আঁতৰাবোৰ বাবে চাৰিটা পৰামৰ্শ আগবঢ়োৱা।   Ans:- ক)প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিযুক্তি দিয়া।          খ)পাঠ্যক্ৰমসূহ বাস্তৱ জীবনৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰিব লাগে।          গ)মাধ্যমিক শিক্ষাত বৃত্তিমূখীকৰণৰ ওপৰত গুৰুত্ব দিয়া হয়।          ঘ)মাধ্যমিক শিক্ষাৰ বৈষয়িক অবস্থা উন্নত কৰিব লাগে।

প্ৰশ্ন:- আগতীয়া বাল্যকালৰ যতন আৰু শিক্ষা মানে কি বুজা?

Ans:- শিশুসকলে আনন্দমুখৰ পৰিবেশৰ মাধ্যমত যাতে বিকাশিত হব পাৰে তাক ব্যবস্থা লৱাৰ অৰ্থে সুষম খাদ্য,সামাজিক, মানসিক আৰু শাৰীৰিক দিশৰ ওপৰত গুৰুত্ব দিয়া। লগতে সুসংহত শিশুবিকাশ সেৱা আঁচনি সম্ভব হলে কাৰ্যকৰী কৰা আৰু দুখীয়া শ্ৰেণীৰ কৰ্মৰত মহিলাৰ সমৰ্থিত সেৱাৰ আচনি হাতত লোৱা আগতীয়া বাল্য কালৰ যতন আৰু শিক্ষাই এই ড়েত্ৰত গুৰুত্ব দিয়ে।

Class 12 Education Answer প্ৰশ্ন:- ১৯৮৬ চনৰ জাতীয় শিক্ষানীতি অনুযায়ী শিক্ষাৰ লক্ষ্যবোৰ কি আছিল?

Ans:- ক)নিৰ্দিষ্ট পৰ্যায় এটালৈকে ছাত্ৰ-ছাত্ৰী সকলে জাতি, বৰ্ণ, লিংগ, স্থান নিৰ্বিশেষে উন্নত গুণমানৰ শিক্ষা লাভ কৰিব পাৰিব লাগে।           খ)উচ্চ শিক্ষা আৰু কাৰীকৰি শিক্ষা অনুষ্ঠানবোৰৰ মাজত আদান-প্ৰদানৰ ব্যবস্থা কৰিব লাগে।           গ)সমগ্ৰহ দেশতে ১০+২+৩ শিক্ষা গাঁথনি প্ৰৱৰ্তন কৰিব লাগে।           ঘ) পাঠ্যত্ৰম প্ৰস্তুতিৰ দ্বাৰা সাংস্কৃতিক পৰম্পৰা ৰক্ষা কৰা, সমতা, ধৰ্ম নিৰপেক্ষতা আৰু এক শ্ৰেণীবিহীন সমাজ ব্যবস্থা গঢ় দি তুলিব লাগে।

প্ৰশ্ন:- নবোদয় বিদ্যালয়ৰ চাৰিটা বৈশিষ্ট লিখা।

প্ৰশ্ন:- নবোদয় বিদ্যালয়ৰ চাৰিটা বৈশিষ্ট লিখা। Ans:- ক)গ্ৰাম্যঞ্চলৰ ল'ৰা-ছোৱালীক উন্নত              শিক্ষা দিয়া।           খ)বিনামুলীয়া শিক্ষা প্ৰদান।          গ)দৰিৰ্দতাই বাধাগ্ৰস্ত কৰা সকলক শিক্ষা              সুযোগ।           ঘ)নবোদয় বিদ্যালয় সম্পুশৰ্ণৰূপে             আৱাসিক।

Contact Form

Name

Email *

Message *